Dolisa
[00:01.12] ♫♫♫♫♫
[00:22.62] ♪♪♪♪♪
[00:34.16] ৰাখিবলে তোমাক
[00:36.62] নালাগে এখন ঘৰ
[00:39.51] মোৰ বুকুতে ৰাখিম
[00:41.77] ওৰেটো জীৱন ভৰ
[00:45.45] তুমি দিবা মৰম
[00:47.66] সেই মৰমে মোক
[00:50.67] ৰাখিব যেন জীয়াই
[00:53.01] নালাগিব ভোক
[00:55.90] টোপনী তোমাৰ নাহিলে তোমাক
[00:59.05] ওচৰ চপাই আনিম মোৰ
[01:01.94] শুৱাম তোমাক বুকুতে লৈ
[01:04.62] শুনাম নিজান ৰাতিৰ সুৰ
[01:07.52] ♫♫♫♫♫
[01:29.16] ♪♪♪♪♪
[01:53.87] অভিমান কৰিবা
[01:56.62] মনটো ভৰিব
[01:59.62] মোৰ মৰমত সেই
[02:02.12] অভিমান গলিব
[02:04.94] নিজানতে বহিবা
[02:07.83] মনতে পৰিব
[02:10.62] মোৰ কথাবোৰেই
[02:13.12] আমনি কৰিব
[02:15.87] টোপনী তোমাৰ নাহিলে তোমাক
[02:19.01] ওচৰ চপাই আনিম মোৰ
[02:21.77] শুৱাম তোমাক বুকুতে লৈ
[02:24.52] শুনাম নিজান ৰাতিৰ সুৰ
[02:27.01] ♫♫♫♫♫
[02:49.27] দলিচা পাৰিছো
[02:52.15] মনত আহিবা
[02:54.77] মনতে থাকিবা তুমি
[03:00.17] থাকিলে মৰমবোৰ
[03:02.94] হৃদয়ো থাকিব
[03:05.83] হৃদয়ত থাকিবা তুমি
[03:10.75] ♪♪♪♪♪
[03:24.87] ধুমূহাও আহিব
[03:27.77] এন্ধাৰ এন্ধাৰ কৰি
[03:30.52] থাকিম তোমাৰ স'তে
[03:33.27] তোমাৰ হাতে ধৰি
[03:36.16] মৰমে বান্ধিব
[03:38.91] মৰম এনাজৰী
[03:41.66] মোৰ নামৰ জীৱন
[03:44.41] তোমাৰ নামৰ কৰি
[03:46.69] টোপনী তোমাৰ নাহিলে তোমাক
[03:50.08] ওচৰ চপাই আনিম মোৰ
[03:52.72] শুৱাম তোমাক বুকুতে লৈ
[03:55.60] শুনাম নিজান ৰাতিৰ সুৰ
[03:58.60] ♫♫♫♫♫
