Ragini
[00:15.90] চিনাকি মোৰ হিয়াৰে সুৰ নিগৰালা (নিগৰালা)
[00:39.85] উদাসী মন, ধূসৰ সপোন উজলালা (উজলালা)
[00:48.62] সুৰেৰে কাঢ়িলা মন
[00:51.69] সুৰেৰে সানিলা ৰং
[00:53.65] তোমাৰ উমেৰে আজি মতলীয়া মন
[00:57.91] তুমিয়েই সানিলা ৰং
[00:59.81] তুমিয়েই কাঢ়িলা মন
[01:01.99] নতুন ৰূপত মোৰ হৃদয়-কানন
[01:06.00] বাৰিষাৰে বৰষুণে সেউজীক সজালে
[01:10.08] শুকান বননিডৰাত
[01:15.49] তেনেদৰে তুমি মোৰ জীৱন জিলিকাই
[01:18.84] সজালা মনৰ ডৰা
[01:23.07] সুৰেৰে কাঢ়িলা মন
[01:24.75] সুৰেৰে সানিলা ৰং
[01:27.08] তোমাৰ উমেৰে আজি মতলীয়া মন
[01:31.05] তুমিয়েই সানিলা ৰং
[01:33.27] তুমিয়েই কাঢ়িলা মন
[01:35.45] নতুন ৰূপত মোৰ হৃদয়-কানন
[02:02.78] আকুলিত হিয়াখন সাৱটিলা (সাৱটিলা)
[02:28.89] প্ৰেমৰ নিতুল ফুলেৰে মন সুবাসিলা (সুবাসিলা)
[02:36.83] সুৰেৰে কাঢ়িলা মন
[02:39.98] সুৰেৰে সানিলা ৰং
[02:42.25] তোমাৰ উমেৰে আজি মতলীয়া মন
[02:45.86] তুমিয়েই সানিলা ৰং
[02:48.47] তুমিয়েই কাঢ়িলা মন
[02:50.38] নতুন ৰূপত মোৰ হৃদয়-কানন
[02:54.77] বাৰিষাৰে বৰষুণে সেউজীক সজালে
[02:59.00] শুকান বননিডৰাত
[03:02.98] তেনেদৰে তুমি মোৰ জীৱন জিলিকাই
[03:07.45] সজালা মনৰ ডৰা
[03:11.34] সুৰেৰে কাঢ়িলা মন
[03:13.64] সুৰেৰে সানিলা ৰং
[03:15.60] তোমাৰ উমেৰে আজি মতলীয়া মন
[03:17.49] তুমিয়েই সানিলা ৰং
[03:21.88] তুমিয়েই কাঢ়িলা মন
[03:24.10] নতুন ৰূপত মোৰ হৃদয়-কানন
