Lrc Player

Ragini

Abhi Saikia, Kangkan Rabha, Sannidhya Bhuyan
[04:18.94]·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:15.90] চিনাকি মোৰ হিয়াৰে সুৰ নিগৰালা (নিগৰালা)

[00:39.85] উদাসী মন, ধূসৰ সপোন উজলালা (উজলালা)

[00:48.62] সুৰেৰে কাঢ়িলা মন

[00:51.69] সুৰেৰে সানিলা ৰং

[00:53.65] তোমাৰ উমেৰে আজি মতলীয়া মন

[00:57.91] তুমিয়েই সানিলা ৰং

[00:59.81] তুমিয়েই কাঢ়িলা মন

[01:01.99] নতুন ৰূপত মোৰ হৃদয়-কানন

[01:06.00] বাৰিষাৰে বৰষুণে সেউজীক সজালে

[01:10.08] শুকান বননিডৰাত

[01:14.43] তেনেদৰে তুমি মোৰ জীৱন জিলিকাই

[01:18.84] সজালা মনৰ ডৰা

[01:23.07] সুৰেৰে কাঢ়িলা মন

[01:24.75] সুৰেৰে সানিলা ৰং

[01:27.08] তোমাৰ উমেৰে আজি মতলীয়া মন

[01:31.05] তুমিয়েই সানিলা ৰং

[01:33.27] তুমিয়েই কাঢ়িলা মন

[01:35.45] নতুন ৰূপত মোৰ হৃদয়-কানন

[02:18.67] আকুলিত হিয়াখন সাৱটিলা (সাৱটিলা)

[02:28.51] প্ৰেমৰ নিতুল ফুলেৰে মন সুবাসিলা (সুবাসিলা)

[02:37.09] সুৰেৰে কাঢ়িলা মন

[02:40.17] সুৰেৰে সানিলা ৰং

[02:41.84] তোমাৰ উমেৰে আজি মতলীয়া মন

[02:45.86] তুমিয়েই সানিলা ৰং

[02:48.47] তুমিয়েই কাঢ়িলা মন

[02:50.69] নতুন ৰূপত মোৰ হৃদয়-কানন

[02:54.39] বাৰিষাৰে বৰষুণে সেউজীক সজালে

[02:59.15] শুকান বননিডৰাত

[03:03.31] তেনেদৰে তুমি মোৰ জীৱন জিলিকাই

[03:07.43] সজালা মনৰ ডৰা

[03:11.34] সুৰেৰে কাঢ়িলা মন

[03:13.31] সুৰেৰে সানিলা ৰং

[03:15.05] তোমাৰ উমেৰে আজি মতলীয়া মন

[03:19.78] তুমিয়েই সানিলা ৰং

[03:21.81] তুমিয়েই কাঢ়িলা মন

[03:23.99] নতুন ৰূপত মোৰ হৃদয়-কানন