Lrc Player
SIRO SENEHI
Mityadev Mahanta
[01:58.54]·Synced by Guest·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.
[00:59.85] চিৰ চেনেহী মোৰ ভাষা জননী।
[00:00.00] ধন্যে পুণ্যে হৃত-পাৱনী, আই॥
[00:00.00] প্ৰকৃতি পৰশ-ৰসে অমল কমল
[00:00.00] চঞ্চল হৃদি জলে ঢালে পৰিমল
[00:00.00] কোমল চম্পাৰ কলি
[00:00.00] ঢৌৱে ঢৌৱে ঢৌৱে তুলি
[00:00.00] ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিণী॥
[00:00.00] সংসাৰ গুৰুভাৰে অৱশ পৰাণ
[00:00.00] হিয়াত বিলীন হয় হিয়াভৰা গান
[00:00.00] কাৰ নিচুকনি সনা
[00:00.00] শুনি বাণী ব্যথা পমা
[00:00.00] চকুতে চকুৰ নীৰে লয় জিৰণি॥
[00:00.00] জীৱনে মৰণে ৰণে লহৰী সুধাৰ
[00:00.00] বসনা শিতানে বহি সিঁচা শতধাৰ
[00:00.00] হে' মোৰ মধুৰাননা মাগিছোঁ মাধুৰী কণা,
[00:00.00] দিয়া দিয়া দিয়া আই, মধু-ভাষিণী॥
