Titi Tita Pat
[00:41.41] তিতি তিতা পাত
[00:43.91] মুখৰ কি মিঠা মাত
[00:46.66] চকুত চকু পৰিলে
[00:48.16] মিচিকিয়াই হীহিলে
[00:49.66] বিজুলী যেন লাগি যায় গাত
[00:53.90] অঅঅহ
[00:55.40] যিতি ভাবনাত
[00:57.66] জ্বলে পোৰে মোৰ গা
[01:00.41] সপোনতো দেখিছো
[01:01.66] দিঠকতো দেখিছো
[01:03.16] পগলা যে হলো মইচা
[01:05.16] সেই দেখি পেটলৈ নাযায় ভাত
[01:07.91] শুনিছ’নে মুখৰো নোলায় মাত
[01:10.66] সেই দেখি পেটলৈ নাযায় ভাত
[01:13.41] শুনিছ’নে মুখৰো নোলায় মাত
[01:16.16] ভাবি ভাবি চিন্তা জ্বৰ উঠিছে
[01:18.66] চিন্তা জ্বৰ উঠিছে গাত ৷৷
[01:22.16] 🎶Music🎶
[01:43.89] পাহাৰে পাহাৰে
[01:46.64] বগাই গৈ আনি দিম
[01:49.89] পাহাৰীয়া কপৌফুল,
[01:55.13] পাহাৰে পাহাৰে
[01:57.64] বগাই গৈ আনি দিম
[02:00.63] পাহাৰীয়া কপৌফুল,
[02:05.88] তাতে, তয়ো সোন যাচিবি
[02:08.38] ফুলামকৈ বিহুৱান
[02:11.38] সানি লৈ কলিজাৰ বোল
[02:16.09] সেই দেখি পেটলৈ নাযায় ভাত
[02:18.84] শুনিছ’নে মুখৰো নোলায় মাত
[02:21.59] সেই দেখি পেটলৈ নাযায় ভাত
[02:24.09] শুনিছ’নে মুখৰো নোলায় মাত
[02:26.84] ভাবি ভাবি চিন্তা জ্বৰ উঠিছে
[02:29.59] চিন্তা জ্বৰ উঠিছে গাত ৷৷
[02:33.34] 🎶Music🎶
[02:57.59] মইনাজান পালিনে উমান
[03:03.09] বুকুত তোৰে ঢৌ
[03:05.84] সাগৰৰ সমান
[03:08.34] মোৰে মইনাজান আৰুনো কিমান
[03:13.84] থাকিম তোলে ৰৈ
[03:16.59] ভাঙি অভিমান
[03:18.84] সেই দেখি পেটলৈ নাযায় ভাত
[03:21.34] শুনিছ’নে মুখৰো নোলায় মাত
[03:24.09] সেই দেখি পেটলৈ নাযায় ভাত
[03:26.84] শুনিছ’নে মুখৰো নোলায় মাত
[03:29.59] ভাবি ভাবি চিন্তা জ্বৰ উঠিছে
[03:32.34] চিন্তা জ্বৰ উঠিছে গাত ৷৷
[03:35.84] চিন্তা জ্বৰ উঠিছে
[03:37.59] চিন্তা জ্বৰ উঠিছে গাত ৷৷
[03:41.09] চিন্তা জ্বৰ উঠিছে
[03:43.06] চিন্তা জ্বৰ উঠিছে গাত ৷৷
[03:46.81] .......
