Lrc Player

Anubhabi hiya

Karan Das
[03:46.48]·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:19.71] অনুভৱী হিয়াত তোমাৰেই শিহৰণ

[00:23.72] জোনাকী সন্ধিয়াৰ সেমেকা এই মন

[00:27.73] উজাগৰি নিশাত তোমাৰে আগমন

[00:31.75] জোনাকী আকাশত উমলে এই মন

[00:51.83] অনুভৱী হিয়াত তোমাৰেই শিহৰণ

[00:55.84] জোনাকী সন্ধিয়াৰ সেমেকা এই মন

[00:59.62] উজাগৰি নিশাত তোমাৰে আগমন

[01:03.88] জোনাকী আকাশত উমলে এই মন

[01:08.16] শৰতৰ প্ৰতিটো সন্ধিয়াত

[01:11.91] তোমাৰেই নাচোন

[01:15.94] তোমাৰ হাঁহিতেই জীপাল

[01:20.22] এহেজাৰ সপোন

[01:24.23] তুমি শৰতৰ অচিনাকী সুৰ

[01:31.76] বিয়পি যাই বহু দূৰ সুদূৰ

[01:44.82] তোমাৰেই নাচোন

[01:52.76] এহেজাৰ সপোন

[02:00.29] তোমাৰেই নাচোন

[02:07.81] এহেজাৰ সপোন

[02:28.15] দশোদিশে বিয়পি উভতিবা

[02:31.91] হিয়াতে থিতাপি ল'বলৈ

[02:35.68] শুনাচোন ৰোৱা কিছু‌ সময়

[02:39.44] আছে বহু কথা ক'বলৈ

[02:44.22] কিছু কথা প্ৰেমৰ ভাষাৰ

[02:47.74] সাঁচি থোৱা বহু আগৰেই পৰা

[02:51.75] অনুমতি হ'লে তোমাৰ

[02:56.02] উতি যাবো মোৰ মনৰে পৰা

[03:00.28] শৰতৰ প্ৰতিটো সন্ধিয়াত

[03:04.29] তোমাৰেই নাচোন

[03:07.81] তোমাৰ হাঁহিতেই জীপাল

[03:12.34] এহেজাৰ সপোন

[03:16.10] অনুভৱী হিয়াত তোমাৰেই শিহৰণ

[03:19.86] জোনাকী সন্ধিয়াৰ সেমেকা এই মন

[03:23.38] উজাগৰি নিশাত তোমাৰে আগমন

[03:27.64] জোনাকী আকাশত উমলে এই মন