Lrc Player

Sereng koi

Papori Gogoi
[03:29.45]·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:09.53] চেৰেংকৈ লাগিলে বুকুতে জুই

[00:14.65] চাগে তই আছিলি কলিজাতে শুই

[00:33.78] চেৰেংকৈ লাগিলে বুকুতে জুই

[00:38.56] চাগে তই আছিলি কলিজাতে শুই

[00:43.35] ৰৈ ৰৈ ৰৈ তোলৈ চাও

[00:48.12] ৰৈ ৰৈ ৰৈ তোলৈ চাও

[00:52.90] চেৰেংকৈ লাগিলে বুকুতে জুই

[00:57.71] চাগে তই আছিলি কলিজাতে শুই

[01:29.12] মৰম লগা লপথপীয়া তোৰ

[01:31.23] গাল খনি মোহাৰি চাও

[01:33.67] তোৰে বুকুতেনো কিমান মৰম

[01:36.09] তাতে মই ডুবি যাও

[01:42.51] অ’ মৰম লগা লপথপীয়া তোৰ

[01:45.69] গাল খনি মোহাৰি চাও

[01:48.08] তোৰে বুকুতেনো কিমান মৰম

[01:50.77] তাতে মই ডুবি যাও

[01:53.14] অকলে মনে গমোথা মাৰে

[01:55.54] একো ভাবি নাপাও

[01:57.94] ৰৈ ৰৈ ৰৈ তোলৈ চাও

[02:02.73] ৰৈ ৰৈ ৰৈ তোলৈ চাও

[02:07.52] চেৰেংকৈ লাগিলে বুকুতে জুই

[02:28.50] অ’ মোৰে বুকুতে তই

[02:33.30] সাজিলি প্ৰেমৰ ঘৰ

[02:36.49] মৰমে তাতে উকি মাৰে গৈ

[02:41.02] মৰমে তাতে উকি মাৰে গৈ

[02:45.53] অ’ মোৰে হিয়াতে তই

[02:47.66] বোৱালি পিৰিতিৰ নৈ

[02:50.59] তাতেনো খেলিব মৰমবোৰ পানচৈ হৈ

[02:55.36] তাতেনো খেলিব মৰমবোৰ পানচৈ হৈ

[03:00.15] ৰৈ ৰৈ ৰৈ তোলৈ চাও

[03:04.93] ৰৈ ৰৈ ৰৈ তোলৈ চাও

[03:09.74] চেৰেংকৈ লাগিলে বুকুতে জুই

[03:14.53] চাগে তই আছিলি কলিজাতে শুই