Mayabini ratir bukut
[00:49.81] মায়াবিনী ৰাতিৰ বুকুত
[00:53.80] দেখা পালোঁ তোমাৰ ছবি
[00:57.78] ধৰা দিলা গোপনে আহি
[01:01.50] হিয়াৰ কোণত...
[01:06.56] তুমি যে মোৰ শুকান মনত
[01:10.00] নিয়ৰৰে চেঁচা টোপাল
[01:14.52] নামি অহা ৰ’দৰে নৈ
[01:18.77] মোৰ দেহত প্ৰতি পুৱা
[01:24.35] ধুমুহাৰ স’তে মোৰ
[01:28.33] বহু যুগৰে নাচোন
[01:32.58] এন্ধাৰো সঁচা মোৰ
[01:36.57] বহু দিনৰে আপোন
[01:39.77] নিজানৰ গান মোৰ
[01:43.76] শেষ হ’ব
[01:45.62] ভাবোঁ তোমাৰ বুকুত
[01:54.64] ♪
[02:02.38] ♪
[02:27.06] প্ৰতি শৰতৰ প্ৰভাতি ফুলে
[02:30.77] ক’ব তোমাকেই মোৰ কথা
[02:35.04] প্ৰতি মেঘালী নিশা জোনে
[02:39.84] ক’ব তোমাকেই মোৰ বেথা
[02:43.82] ধুমুহাৰ স’তে মোৰ
[02:47.80] বহু যুগৰে নাচোন
[02:51.79] এন্ধাৰো সঁচা মোৰ
[02:56.57] বহু দিনৰে আপোন
[02:59.23] নিজানৰ গান মোৰ
[03:02.68] শেষ হ’ব
[03:05.07] ভাবোঁ তোমাৰ বুকুত
[03:13.57] ♪
[03:25.52] দুচকুতে তোমাৰ চালে
[03:28.98] সপোন আঁতৰি দিঠক নামে
[03:33.23] চুব খুজিলেই মোৰ দুহাতে
[03:37.76] দিঠক আঁতৰি সপোন আহে
[03:42.27] ধুমুহাৰ স’তে মোৰ
[03:45.99] বহু যুগৰে নাচোন
[03:49.71] এন্ধাৰো সঁচা মোৰ
[03:54.22] বহু দিনৰে আপোন
[03:57.41] নিজানৰ গান মোৰ
[04:01.41] শেষ হ’ব
[04:03.01] ভাবোঁ তোমাৰ বুকুত
[04:08.89] মায়াবিনী ৰাতিৰ বুকুত
[04:12.08] দেখা পালোঁ তোমাৰ ছবি
[04:16.86] ধৰা দিলা গোপনে আহি
[04:20.83] হিয়াৰ কোণত...
[04:25.62] তুমি যে মোৰ শুকান মনত
[04:28.82] নিয়ৰৰে চেঁচা টোপাল
[04:33.05] নামি অহা ৰ’দৰে নৈ
[04:39.20] মোৰ দেহত প্ৰতি পুৱা
