Lrc Player
Siro senehi mor
Unknown
[04:14.04]·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.
[01:18.46] প্ৰকৃতি পৰশ-ৰসে অমল কমল
[01:23.24] চঞ্চল হৃদি জলে ঢালে পৰিমল
[01:33.34] কোমল চম্পাৰ কলি
[01:35.72] ঢৌৱে ঢৌৱে ঢৌৱে তুলি
[01:43.44] ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিণী॥
[02:26.47] সংসাৰ গুৰুভাৰে অৱশ পৰাণ
[02:31.54] হিয়াত বিলীন হয় হিয়াভৰা গান
[02:41.38] কাৰ নিচুকনি শুনা
[02:43.76] শুনি বাণী ব্যথা পমা
[02:50.93] চকুতে চকুৰ নীৰে লয় জিৰণি॥
[03:10.32] জীৱনে মৰণে ৰণে লহৰী সুধাৰ
[03:15.12] বসনা শিতানে বহি সিঁচা শতধাৰ
[03:24.94] হে মোৰ মধুৰাননা মাগিছোঁ মাধুৰী কণা,
[03:34.51] দিয়া দিয়া দিয়া আই মধুৰ-ভাষিণী॥
[03:50.99] ধন্যে পুণ্যে হৃত-পাৱনী, আই॥
[04:03.74] চিৰ চেনেহী মোৰ ভাষা জননী।
