Lrc Player

Nahor

Zubeen Garg
[07:00.05]·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:02.94] Song : Oi Nahor Phular Botor

[00:03.74] Singer: Zubeen Garg, Zublee Baruah

[00:04.27] Album : Nahor

[00:06.13] Lyrics created by Kuldhar Rabha

[00:09.87] অই নাহৰ তগৰ আঁৰতে

[00:15.97] অই জিলিকে মোৰ জোন অই

[00:25.27] অই সাইলাখ তোৰে মুখখনি

[00:35.91] অই পদুম তগৰ ফুলিলে

[00:42.82] ফুলিলে মোৰ শেৱালি

[00:50.52] মৰমত কঁপে বুকুখনি

[01:15.24] অই না না না না নানানা

[01:20.02] অই না না না না নানানা

[01:30.12] অই নাহৰ ফুলাৰ বতৰ

[01:33.04] অই নাহৰ মোৰ মৰমৰ

[01:35.69] অই নাহৰ অই নাহৰ অই নাহৰ

[01:39.42] আনিলি তই ব’হাগৰে খবৰ

[01:43.93] অই নাহৰ ফুলাৰ বতৰ

[01:46.33] অই নাহৰ মোৰ মৰমৰ

[01:48.99] অই নাহৰ অই নাহৰ অই নাহৰ

[01:52.47] আনিলি তই ব’হাগৰে খবৰ

[01:58.58] বুকুতে বাজিছে ঢোলৰে চাপৰ

[02:03.10] তেজতো উঠিছে পিৰীতিৰে লহৰ

[02:08.42] বুকুতে বাজিছে ঢোলৰে চাপৰ

[02:13.72] তেজতো উঠিছে পিৰীতিৰে লহৰ

[02:18.51] অই নাহৰ ফুলাৰ বতৰ

[02:21.17] অই নাহৰ মোৰ মৰমৰ

[02:23.55] অই নাহৰ অই নাহৰ অই নাহৰ

[02:27.29] আনিলি তই ব’হাগৰে খবৰ

[03:02.12] অই নালাগে ভোগ-ভাগৰ

[03:04.50] অই যৌৱনৰ ভৰ দুপৰ

[03:07.16] অই নাহৰ অই নাহৰ অই নাহৰ

[03:10.62] যাচিবিনে পানীটুপি পিয়াহৰ

[03:14.87] অই নালাগে ভোগ-ভাগৰ

[03:17.26] অই যৌৱনৰ ভৰ দুপৰ

[03:19.65] অই নাহৰ অই নাহৰ অই নাহৰ

[03:23.11] যাচিবিনে পানীটুপি পিয়াহৰ

[03:28.15] পালানে বাতৰি নাচনী কঁকালৰ

[03:33.19] কলিজাত সানি দিম আচুতীয়া আদৰ

[03:38.24] পালানে বাতৰি নাচনী কঁকালৰ

[03:43.29] কলিজাত সানি দিম আচুতীয়া আদৰ

[03:51.33] অই নালাগে ভোগ-ভাগৰ

[03:52.13] অই যৌৱনৰ ভৰ দুপৰ

[03:52.67] অই নাহৰ অই নাহৰ অই নাহৰ

[03:56.12] যাচিবিনে পানীটুপি পিয়াহৰ

[04:34.10] অ’ সপোন দেখা মনৰ

[04:36.49] অই এখন আশাৰে ঘৰ

[04:38.62] অই নাহৰ অই নাহৰ অই নাহৰ

[04:41.80] পাৰিবিনে চেনেহৰে চাদৰ

[04:46.05] অ’ সপোন দেখা মনৰ

[04:48.44] অই এখন আশাৰে ঘৰ

[04:50.57] অই নাহৰ অই নাহৰ অই নাহৰ

[04:53.77] পাৰিবিনে চেনেহৰে চাদৰ

[04:58.55] নিদিবা বছৰক সলাব বাগৰ

[05:03.33] বিচনী নালাগে পাতিম মই আঁচলৰ

[05:08.12] নিদিবা বছৰক সলাব বাগৰ

[05:12.91] বিচনী নালাগে পাতিম মই আঁচলৰ

[05:17.15] অ’ সপোন দেখা মনৰ

[05:19.54] অই এখন আশাৰে ঘৰ

[05:21.93] অই নাহৰ অই নাহৰ অই নাহৰ

[05:24.85] পাৰিবিনে চেনেহৰে চাদৰ

[05:34.15] অই নাহৰ ফুলাৰ বতৰ

[05:36.28] অই নাহৰ মোৰ মৰমৰ

[05:38.68] অই নাহৰ অই নাহৰ অই নাহৰ

[05:41.58] আনিলি তই ব’হাগৰে খবৰ

[05:45.57] অই নাহৰ ফুলাৰ বতৰ

[05:47.69] অই নাহৰ মোৰ মৰমৰ

[05:50.09] অই নাহৰ অই নাহৰ অই নাহৰ

[05:53.02] আনিলি তই ব’হাগৰে খবৰ

[05:58.07] বুকুতে বাজিছে ঢোলৰে চাপৰ

[06:01.52] তেজতো উঠিছে পিৰীতিৰে লহৰ

[06:06.04] বুকুতে বাজিছে ঢোলৰে চাপৰ

[06:10.29] তেজতো উঠিছে পিৰীতিৰে লহৰ

[06:14.01] অই না না না না...