Lrc Player

Puwayi nishar

Tarali Sharma
[04:03.07]·Synced by Guest·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:04.70] গীতৰ ফাঁকি ⵓ পুৱতি নিশাৰ সোণালী তৰাটি স’তে

[00:05.50] কণ্ঠশিল্পী ⵓ তৰালি শৰ্মা

[00:06.57] গীতিকাৰ ⵓ নলিনীবালা দেৱী

[00:07.63] Lyrics created by Kuldhar Rabha

[00:20.91] পুৱতি নিশাৰ সোণালী তৰাটি স’তে

[00:26.49] ক’ৰ অচিন আলহী আহিলা

[00:31.53] চন্দ্ৰা মগন স্বপ্ন ভূমুকি ভাঙি

[00:39.23] অচিন আলহী নিমিষতে আঁতৰিলা

[00:47.47] পুৱতি নিশাৰ সোণালী তৰাটি স’তে

[00:52.79] ক’ৰ অচিন আলহী আহিলা…

[01:23.88] নিশাৰ আন্ধাৰ আঁতৰি যোৱা নাই

[01:29.48] ঊষাৰ সেন্দূৰী হাঁহি জিলিকা নাই

[01:34.80] বনৰ পখীৰ ঘুমটি ভঙা নাই

[01:45.43] নিশাৰ আন্ধাৰ আঁতৰি যোৱা নাই

[01:50.47] ঊষাৰ সেন্দূৰী হাঁহি জিলিকা নাই

[01:55.78] বনৰ পখীৰ ঘুমটি ভঙা নাই

[02:01.65] অন্ধত পিন্ধি শুভ্ৰ শেৱালিৰ মালা

[02:09.39] অচিন আলহী নিমিষতে আঁতৰিলা

[02:17.09] পুৱতি নিশাৰ সোণালী তৰাটি স’তে

[02:22.42] ক’ৰ অচিন আলহী আহিলা

[02:59.06] চকুৰ তন্দ্ৰা পলকে আঁতৰি গ’ল

[03:04.64] পুৱতিৰ মধু লগ্ন উকলি গ’ল

[03:09.96] সুৰ, কুলিবোৰ হিয়াতে মৰহি গ’ল

[03:19.78] চকুৰ তন্দ্ৰা পলকে আঁতৰি গ’ল

[03:25.63] পুৱতিৰ মধু লগ্ন উকলি গ’ল

[03:30.95] সুৰ, কুলিবোৰ হিয়াতে মৰহি গ’ল

[03:35.98] অন্ধত পিন্ধি নিশা তৰালিৰ মালা

[03:43.69] অচিল আলহী নিমিষতে আঁতৰিলা

[03:51.93] পুৱতি নিশাৰ সোণালী তৰাটি স’তে

[03:57.24] ক’ৰ অচিন আলহী আহিলা…