Aaita ghorote nai
[00:01.10] Song: Aaita Gorote
[00:02.16] Singer: Zubeen Garg, Anupam Saikia
[00:02.96] Lyrics/Music : Anupam Saikia
[00:04.04] Album: Moromjan
[00:04.57] Lyrics created by Kuldhar Rabha
[00:30.09] অ’ ৰঙালী সূৰুযে
[00:38.06] ভুমুকি মাৰিলে
[00:47.08] অ’ প্ৰকৃতি শুৱনি হ’ল
[00:55.08] মৰমজান গাভৰু হ’ল৷
[01:04.90] আইতা ঘৰতে নাই
[01:10.21] অ’ মৰমজান
[01:13.40] আইতা ঘৰত চোন নাই
[01:21.65] চুবুৰীৰ শিপিনীয়ে
[01:23.22] বিহুখন পাতিছে
[01:27.47] চিৰা পিঠা ভাজিবলৈ যায়
[01:44.74] আইতা ঘৰতে নাই
[01:47.66] অ’ মৰমজান
[01:50.05] আইতা ঘৰত চোন নাই
[01:55.37] চুবুৰীৰ শিপিনীয়ে
[01:56.69] বিহুখন পাতিছে
[02:00.68] চিৰা পিঠা ভাজিবলৈ যায়
[02:06.25] ককাও ঘৰতে নাই
[02:09.71] অ’ মৰমজান
[02:11.86] ককাও ঘৰত চোন নাই
[02:16.88] লৈতৰ চাপৰিৰ তৰালী বননিত
[02:22.47] তৰাপাত কাটিবলৈ যায়
[02:28.05] লৈতৰ চাপৰিৰ তৰালী বননিত
[02:33.10] তৰাপাত কাটিবলৈ যায়
[02:37.36] কালিলৈ পুৱাতে
[02:40.03] গৰু গা ধুৱাব
[02:42.70] লগৰ সমনীয়া
[02:45.36] ঘাতলৈ আহিব
[02:49.08] তোমাকো ঘাটতে পাম
[02:54.65] মৰমৰ গামোচা
[02:57.04] চেনেহত যাচিবা
[02:59.96] হুঁচৰি গাবলৈ যাম
[03:04.47] অই মৰমৰ গামোচা
[03:07.14] চেনেহত যাচিবা
[03:10.07] হুঁচৰি গাবলৈ যাম
[03:43.82] বিহু মাৰিবলৈ যাম৷
[03:53.66] ভাইটি ঘৰতে নাই
[03:56.85] অ’ মৰমজান
[03:58.71] ভাইটি ঘৰত চোন নাই
[04:03.77] সোণতলি বাকৰিলৈ
[04:05.62] নাচনী আহিছে
[04:08.28] ঢোলটি বজাবলৈ যায়
[04:13.59] ভাইটি ঘৰতে নাই
[04:15.98] অ’ মৰমজান
[04:18.11] ভাইটি ঘৰত চোন নাই
[04:22.90] সোণতলি বাকৰিলৈ
[04:24.76] নাচনী আহিছে
[04:27.41] ঢোলটি বজাবলৈ যায়
[04:31.40] কালিলৈ পুৱাতে
[04:33.79] গৰু গা ধুৱাব
[04:36.18] লগৰ সমনীয়া
[04:38.84] ঘাতলৈ আহিব
[04:42.29] তোমাকো ঘাটতে পাম
[04:47.08] মৰমৰ গামচা
[04:49.19] চেনেহত যাচিবা
[04:52.12] হুঁচৰি গাবলৈ যাম
[04:56.39] মৰমৰ গামোচা
[04:58.52] চেনেহত যাচিবা
[05:00.91] বিহু মাৰিবলৈ যাম
[05:05.96] মৰমৰ গামোচা
[05:07.55] চেনেহত যাচিবা
[05:10.47] হুঁচৰি গাবলৈ যাম
