Kuldhar
[00:00.25] গীতৰ ফাঁকি ⵓ অ’ জুৰ মলয়া
[00:01.05] এলবাম ⵓ ডিৱাই মেল’ডী (Dy melody)
[00:01.58] কণ্ঠশিল্পী ⵓ প্ৰিয়ংকা ভৰালী
[00:02.11] সহঃ শিল্পী ⵓ ৰূপম ভূঞা
[00:02.65] সংগীত ⵓ প্ৰদীপ দহোতীয়া
[00:02.91] গীতিকাৰ ⵓ প্ৰদীপ দহোতীয়া
[00:03.46] /* Original Song (details)
[00:03.99] গীতৰ ফাঁকি ⵓ অ’ জুৰ মলয়া
[00:04.26] এলবাম ⵓ জুৰ মলয়া (১৯৮৪)
[00:04.79] কণ্ঠশিল্পী ⵓ মধুমতী গোস্বামী
[00:06.15] সংগীত ⵓ প্ৰদীপ দহোতীয়া
[00:06.68] গীতিকাৰ ⵓ প্ৰদীপ দহোতীয়া
[00:06.94] */
[00:07.49] Lyrics of Jur Moloya Song :
[00:08.02] (Tere nal mai laiyaa ve
[00:11.48] Sajana tor nivaami ve
[00:15.47] Tu ishq mera murshad mera ve
[00:23.45] Ishq de rang vich rangiya me
[00:27.17] Kana vich mundra paiyaa me
[00:31.45] Khud nu gawah me
[00:33.82] Hoiya tera ve…
[00:50.02] Paa pa, pa ra pa
[00:53.50] Pa ra pa, pa ra pa
[01:03.58] Pa pa, pa ra paa
[01:09.70] Pa pa paa)
[01:12.35] অ’ জুৰ মলয়া
[01:15.54] কোন দেশলৈ বাতৰি নিয়া
[01:19.52] এই মাটিতেই কঁহুৱা বনত
[01:23.79] এবাৰ ৰৈ কৈ যোৱা
[01:28.04] তুমি ৰৈ কৈ যোৱা
[01:32.29] অ’ জুৰ মলয়া
[01:35.47] কোন দেশলৈ বাতৰি নিয়া
[01:39.74] এই মাটিতেই কঁহুৱা বনত
[01:43.98] এবাৰ ৰৈ কৈ যোৱা
[01:47.96] তুমি ৰৈ কৈ যোৱা
[02:01.51] (Paa pa, pa ra pa
[02:04.43] Pa ra pa, pa ra pa
[02:06.02] Pa pa, pa ra paa
[02:07.61] Pa pa paa
[02:25.17] Tere nal mai laiyaa ve
[02:29.15] Sajana tor nivaami ve
[02:33.42] Tu ishq mera murshad mera ve…)
[02:41.38] ফাগুন অহাৰ সময়তে
[02:45.37] আকৌ এবাৰ আহি ক’বানে
[02:49.35] ভৰি ৰ’ব যেন মৰমেৰেই
[02:53.60] তোমাৰে কথাতেই
[02:55.73] অ’… অ’… অ’…
[02:57.58] ফাগুন অহাৰ সময়তে
[03:01.30] আকৌ এবাৰ আহি ক’বানে
[03:05.55] ভৰি ৰ’ব যেন মৰমেৰেই
[03:09.54] তোমাৰে কথাতেই
[03:12.20] অ’ জুৰ মলয়া
[03:15.65] কোন দেশলৈ বাতৰি নিয়া
[03:19.63] এই মাটিতেই কঁহুৱা বনত
[03:24.17] এবাৰ ৰৈ কৈ যোৱা
[03:28.15] তুমি ৰৈ কৈ যোৱা
[04:01.88] (Paa pa, ha
[04:05.60] Paa pa, ha
[04:15.43] Paa pa, pa ra pa
[04:18.08] Pa ra pa, pa ra pa
[04:19.41] Pa pa, pa ra paa
[04:21.58] Pa pa paa…)
[04:23.70] নতুন আশা আনি দিব
[04:27.42] নিতৌ পুৱা গধূলিতে
[04:31.40] শৰীৰ অৱশ যেন সৰগৰে
[04:35.38] মানসী সুখৰেই
[04:37.78] অ’… অ’… অ’…
[04:39.36] নতুন আশা আনি দিব
[04:43.37] নিতৌ পুৱা গধূলিতে
[04:53.99] সৰি ৰ’ব যেন সৰগৰে
[04:54.26] মানসী সুখৰেই
[04:54.52] অ’ জুৰ মলয়া…
[04:57.98] কোন দেশলৈ বাতৰি নিয়া
[05:01.70] এই মাটিতেই কঁহুৱা বনত
[05:05.96] এবাৰ ৰৈ কৈ যোৱা
[05:10.19] তুমি ৰৈ কৈ যোৱা
[05:14.18] অ’ জুৰ মলয়া..
[05:18.43] কোন দেশলৈ বাতৰি নিয়া
[05:21.61] এই মাটিতেই কঁহুৱা বনত
[05:26.13] এবাৰ ৰৈ কৈ যোৱা
[05:30.11] তুমি ৰৈ কৈ যোৱা…
[05:36.50] (Tere nal mai laiyaa ve
[05:39.42] Sajana tor nivaami ve
[05:43.40] Tu ishq mera murshad mera ve
[05:49.25] Ooo…
[05:51.38] Ishq de rang vich rangiya me
[05:55.10] Kana vich mundra paiyaa me
[05:59.37] Khud nu gawah me
[06:01.50] Hoiya tera ve…)
