Bilot tirebirai
[00:00.88] গীতৰ ফাঁকিঃ বিলত তিৰেবিৰাই
[00:01.94] গীতিকাৰঃ কমলানন্দ ভট্টাচাৰ্য
[00:03.01] কণ্ঠশিল্পীঃ অনিন্দিতা পাল
[00:04.07] সুৰঃ কমলানন্দ ভট্টাচাৰ্য
[00:43.66] বিলত তিৰেবিৰাই
[00:46.60] পদুমৰ পাহি অই
[00:48.99] পাতত তিৰেবিৰাই পানী
[00:54.58] ৰ’দত তিৰেবিৰাই
[00:57.50] জিঞাৰে পাখি অই
[01:00.15] ফুলনীত ফুলৰে ৰাণী
[01:05.73] বিলত তিৰেবিৰাই
[01:08.12] পদুমৰ পাহি অই
[01:10.77] পাতত তিৰেবিৰাই পানী
[01:16.09] ৰ’দত তিৰেবিৰাই
[01:19.01] জিঞাৰে পাখি অই
[01:21.66] ফুলনীত ফুলৰে ৰাণী
[01:48.23] এন্ধাৰত জিলিকে জোনাকী পৰুৱা
[01:53.54] আকাশত জিলিকে জোন
[01:58.85] এন্ধাৰত জিলিকে জোনাকী পৰুৱা
[02:04.43] আকাশত জিলিকে জোন
[02:09.74] ক’লাকৈ ডাৱৰত বিজুলী জিলিকে
[02:15.07] হিয়াত মোৰ জিলিকে কোন
[02:20.37] ক’লাকৈ ডাৱৰত বিজুলী জিলিকে
[02:25.68] হিয়াত মোৰ জিলিকে কোন
[02:31.00] বিলত তিৰেবিৰাই
[02:33.65] পদুমৰ পাহি অই
[02:36.60] পাতত তিৰেবিৰাই পানী
[02:41.91] ৰ’দত তিৰেবিৰাই
[02:45.10] জিঞাৰে পাখি অই
[02:47.49] ফুলনীত ফুলৰে ৰাণী
[03:14.07] কলিজাত যিকুৰা জ্বলে অই
[03:17.80] জিয়া জুই
[03:19.92] জিলিকে তাতো অই
[03:22.05] কেঁচা সোণ
[03:24.97] কলিজাত যিকুৰা জ্বলে অই
[03:28.68] জিয়া জুই
[03:30.56] জিলিকে তাতো অই
[03:32.68] কেঁচা সোণ
[03:35.87] মোৰ হ’বনে এনে দিন
[03:38.26] বাজিব ভগা বীণ
[03:41.18] হিয়াত মোৰ জ্বলিব
[03:43.58] পূৰ্ণিমাৰ জোন
[03:45.97] মোৰ হ’বনে এনে দিন
[03:49.41] বাজিব ভগা বীণ
[03:51.82] হিয়াত মোৰ জ্বলিব
[03:54.20] পূৰ্ণিমাৰ জোন
[03:57.12] বিলত তিৰেবিৰাই
[03:59.51] পদুমৰ পাহি অই
[04:02.44] পাতত তিৰেবিৰাই পানী
[04:07.50] ৰ’দত তিৰেবিৰাই
[04:10.42] জিঞাৰে পাখি অই
[04:13.07] ফুলনিত ফুলৰে ৰাণী
[04:18.38] ফুলনিত ফুলৰে ৰাণী
[04:23.96] ফুলনিত ফুলৰে ৰাণী
