Lrc Player

Ki Naam Di Maatim

Zubeen Garg, Bhaswati Bharati
[04:04.54]·Synced by Guest·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:00.90] Song : Ki Naam Di Maatim

[00:03.29] Movie : Dr Bezbaruah 2

[00:04.89] Singer(s) : Zubeen Garg, Bhaswati Bharati

[00:06.22] Musician(s) : Diganta Bharti

[00:07.54] Lyricist : Diganta Bharti

[00:08.63] Lrc file created by Kuldhar Rabha

[00:09.95] Ki Naam Di Maatim Lyrics

[00:17.92] তেজ বগুৱা সপোন তুমি lyrics

[00:28.01] তেজ বগুৱা সপোন তুমি

[00:34.40] কি নাম দিম

[00:37.32] জেদ কৰোৱা দাপোন তুমি

[00:43.19] কি নাম দিম

[00:46.37] নদী মই লহৰে সাগৰে বিচাৰে

[00:50.37] ময়ো তোমাতে মিলিম

[00:52.75] তোমাতে মিলিম

[00:54.34] কি নাম দি মাতিম

[00:57.00] মাতিম তোমাক

[01:26.23] এটি প্ৰভাত তোমাৰ হাঁহিত

[01:30.47] হেঁপাহৰ বিলখনি

[01:32.59] জিলমিল জিলমিল

[01:34.99] এটি ৰাতি তোমাৰ চুলিত

[01:39.25] এন্ধৰৰ ধেমালি

[01:41.38] খিল-খিল খিল-খিল

[01:52.79] এটি প্ৰভাত তোমাৰ হাঁহিত

[01:57.05] হেঁপাহৰ বিলখনি

[01:59.44] জিলমিল জিলমিল

[02:01.56] এটি ৰাতি তোমাৰ চুলিত

[02:06.07] এন্ধৰৰ ধেমালি

[02:08.22] খিল-খিল খিল-খিল

[02:10.59] সাঁথৰৰ কথাৰে পকাবলে এৰা

[02:14.86] চিধা কথাহে বুজিম

[02:16.98] বুজালে বুজিম

[02:18.84] কি নাম দি মাতিম

[02:21.50] মাতিম তোমাক

[02:23.89] তেজ বগুৱা সপোন তুমি

[02:29.76] কি নাম দিম

[02:32.69] জেদ কৰোৱা দাপোন তুমি

[02:39.33] কি নাম দিম

[03:01.37] ঐনিতমে জুৰাই বুকু

[03:06.17] কোন কোন কানতে

[03:08.28] গুণ গুণ গুণাওঁ

[03:10.67] কিনো যাদুৰে দুচকু

[03:14.92] বাসনাৰ একুৰা জুই জ্বলাওঁ

[03:28.21] ঐনিতমে জুৰাই বুকু

[03:32.47] কোন কোন কানতে

[03:34.89] গুণ গুণ গুণাওঁ

[03:37.28] কিনো যাদুৰে দুচকু

[03:41.53] বাসনাৰ একুৰা জুই জ্বলাওঁ

[03:46.04] লাজে লাজে লাজে অনুমতি দিয়া

[03:50.56] গৈয়ে কাষতে বহিম

[03:52.69] কাষতে বহিম

[03:54.28] কি নাম দি মাতিম

[03:57.73] হুম-হুম-হুম…