Lrc Player

Sinaki Sinaki

Mousumi Sahariya
[05:50.67]·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:04.16] গীতৰ কুলি : চিনাকি চিনাকি তোমাৰ কিনো নাম

[00:07.28] কণ্ঠ : মৌচুমী চহৰীয়া

[00:09.72] কথা : মৃণাল কান্তি

[00:11.78] এলবাম : নাচো নাচো লাগে মন

[00:14.01] ভাষা : অসমীয়া

[00:18.72] Sinaaki Sinaaki Tumar Kinu Naam Lyrics :

[00:31.75] ♪

[00:32.65] ♪

[00:33.42] ♪

[00:45.08] চিনাকি চিনাকি তোমাৰ কিনো নাম

[00:50.58] অচিনাকি সুৰে গোৱা কিনো গান

[00:56.44] আমি হ’লোঁ বলিয়া

[00:59.28] মৰম যে কুমলীয়া

[01:02.02] যাচিলোঁ তোমাক কোৱাচোন কোন তুমি

[01:13.31] চিনাকি চিনাকি মোৰো আছে নাম

[01:18.66] অচিনাকি সুৰে গাওঁ কত গান

[01:24.51] মই যে হ’লোঁ বলিয়া

[01:27.36] মৰম মোৰ কুমলীয়া

[01:30.07] কিয় বাৰু চোৱা মোক জুমি জুমি?

[01:35.49] মই মৌচুমী, মই মৌচুমী

[02:26.47] ফুলে হাঁহে দেখোঁ মোৰ স’তে

[02:29.45] মন ফুলা এই পৰতে

[02:32.23] পখীটিও উৰে মোৰ স’তে

[02:34.21] গান গাই গাই...

[02:37.72] মন নাচা ব’হাগতে

[02:40.67] মোহনীয়া শৰততে

[02:43.33] জোনাকীয়ো হাঁহে মোৰ

[02:45.24] ফালেলে (লৈ) চাই চাই

[02:49.22] আজি চেনেহত

[02:51.87] পৰশে পালোঁ

[02:54.67] উন্মনা সপোনে সজাই

[02:59.83] মই যে হ’লোঁ বলিয়া

[03:02.81] মৰম মোৰ কুমলীয়া

[03:05.70] কিয় বাৰু চোৱা মোক জুমি জুমি?

[03:10.87] মই মৌচুমী, মই মৌচুমী

[03:50.78] মৌসনা গধূলিতে

[03:53.63] জোনাকী জ্বলা পৰতে

[03:56.41] আশাবোৰ আজি পোহৰে

[03:58.63] সজাই যায়

[04:02.00] ফাগুনৰ চোতালতে

[04:04.75] দূবৰিৰ দলিচাতে

[04:07.51] নিয়ৰো সৰে মলয়াৰে বা পাই

[04:12.89] নুবুজিলোঁ মই

[04:15.69] অচিনা কিহৰ

[04:18.77] মনটি কেনিনো উৰি যায়

[04:23.95] মই যে হ’লোঁ বলিয়া

[04:26.75] মৰম মোৰ কুমলীয়া

[04:29.63] কিয় বাৰু চোৱা মোক জুমি জুমি?

[04:35.00] মই মৌচুমী, মই মৌচুমী

[04:40.80] চিনাকি চিনাকি তোমাৰ কিনো নাম

[04:46.54] অচিনাকি সুৰে গোৱা কিনো গান

[04:52.00] আমি হ’লোঁ বলিয়া

[04:54.85] মৰম যে কুমলীয়া

[04:57.62] যাচিলোঁ তোমাক কোৱাচোন কোন তুমি

[05:08.87] চিনাকি চিনাকি মোৰো আছে নাম

[05:14.28] অচিনাকি সুৰে গাওঁ কত গান

[05:20.11] মই যে হ’লোঁ বলিয়া

[05:22.95] মৰম মোৰ কুমলীয়া

[05:25.57] ♪

[05:25.67] কিয় বাৰু চোৱা মোক জুমি জুমি?

[05:31.01] মই মৌচুমী, মই মৌচুমী

[05:36.63] মই মৌচুমী, মই মৌচুমী

[05:42.09] মই মৌচুমী, মই মৌচুমী

[05:47.98] মই মৌচুমী, মই মৌচুমী...