[00:02.13] তোমাকে নাপালে মৰো মৰো যেন লাগে
[00:00.00] তুমি সোণ বুজানে আছোঁ মই কিদৰে
[00:00.00] মোৰে হৈ থাকিবা ওৰে জীৱনলে
[00:00.00] দুয়োৱে সাজি লʼম ঘৰ এখনি সুখৰে
[00:00.00] আছোঁ থাকিম তোমাৰ সতে
[00:00.00] আন একো মোক সুখ নালাগে
[00:00.00] তুমি দিয়া মৰমে জিয়াম
[00:00.00] আমাৰ ভাগত যিকণ আছে
[00:00.00] সেয়ে আমাক জুৰিবগে
[00:00.00] যিকণ পোৱা দুয়োৱে ভগাম তুমি মই
[00:00.00] তুমি মই এদিন মিলি যাম.
[00:00.00] তুমি মই এদিন মিলি যাম.
[00:00.00] কাষলে নাহিলে অভিমান বাঢ়িব
[00:00.00] সেই অভিমানে মোক আজুৰি আনিব
[00:00.00] এবুকু মৰমে তোমাকে বিচাৰে
[00:00.00] দুবাহুৰে মাজতেতোমাক ৰাখি থʼম সদায়ে
[00:00.00] আছোঁ থাকিম তোমাৰ সতে
[00:00.00] আন একো মোক সুখ নালাগে
[00:00.00] তুমি দিয়া মৰমে জীয়াম
[00:00.00] আমাৰ ভাগত যিকণ আছে
[00:00.00] সেয়ে আমাক জুৰিবগে
[00:00.00] যিকণ পোৱা দুয়োয়ে ভগাম
[00:00.00] তুমি মই এদিন মিলি যাম
[00:00.00] তুমি মই এদিন মিলি যাম
[00:00.00] এখনি কলিজা তেনেই ঠুনুকা
[00:00.00] মৰমে আবৰি ৰাখিম কাষতে থাকিবা
[00:00.00] আছোঁ থাকিম তোমাৰ সতে
[00:00.00] আন একো মোক সুখ নালাগে
[00:00.00] তুমি দিয়া মৰমে জীয়াম
[00:00.00] আমাৰ ভাগত যিকণ আছে
[00:00.00] সেয়াই আমাক জুৰিবগে
[00:00.00] যিকণ পোৱা দুয়োয়ে ভগাম
