Dehiti Bakhor
[00:12.73] দেহিটি বাখৰ
[00:21.75] তিনিটি আখৰ মৰম নামৰে
[00:24.70] সলনি কৰিবলৈ মন তোৰে লগতে
[00:29.22] দেহিটি বাখৰ
[00:30.80] নেলাগে ভাগৰ তোক ভাবিলে
[00:35.06] মই হলো যেন পাগলী ৰাধা
[00:37.19] তোৰ কাৰনে
[00:39.32] যৌৱ্ন শাওঁনেৰে বেলিটি চোকা ইমান
[00:42.51] তোক ভাবি ভাবি কোমল
[00:46.75] কোমল দেহালৈ পৰে টান
[00:48.89] ঐ একো এটা দেখিয়ে যেন
[00:51.56] বুকুত খুন্দে ধান
[00:53.18] ঐ একো এটা দেখিয়ে যেন
[00:55.57] বুকুত খুন্দে ধান
[01:26.97] হিয়াজান তোৰে নাম
[01:29.36] লৈ থাকো মই অবিৰাম
[01:31.47] বুজাই কোৱা তান
[01:33.61] তোক বুজাই কোৱা তান
[01:36.79] ও মোৰে জান হিয়াজান
[01:38.92] তোক পালে মই এৰি জাম
[01:41.06] ঘৰ পৰিয়াল মোৰ ঘৰ পৰিয়াল
[01:45.84] যৌৱ্ন শাওঁনেৰে বেলিটি চোকা ইমান
[01:49.83] তোক ভাবি ভাবি কোমল
[01:51.96] কোমল দেহালৈ পৰে টান
[01:55.68] ঐ একো এটা দেখিয়ে যেন
[01:57.81] বুকুত খুন্দে ধান
[02:00.20] ঐ একো এটা দেখিয়ে যেন
[02:02.58] বুকুত খুন্দে ধান
[02:34.51] মনৰে মংগলদৈ আছেছোন খালি হৈ
[02:38.76] উকিয়াই উকিয়াই সোমাই আহ
[02:41.67] এগালমান মৰম লৈ
[02:43.81] লইনো জা মোকে লৈ বুজিবি ভালেকৈ
[02:48.32] ভালে পাই ভালে পাই থাকিম তোক
[02:50.71] জীৱ্নতো থকালৈ
[02:54.16] যৌৱ্ন শাওঁনেৰে বেলিটি চোকা ইমান
[02:58.14] তোক ভাবি ভাবি কোমল
[03:00.55] কোমল দেহালৈ পৰে টান
[03:03.72] ঐ একো এটা দেখিয়ে যেন
[03:06.39] বুকুত খুন্দে ধান
[03:08.51] ঐ একো এটা দেখিয়ে যেন
[03:10.90] বুকুত খুন্দে ধান
