Lrc Player

Kune jane

Prasanjit
[03:29.66]·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:11.70] কোনে জানে তোমাৰ সপোন

[00:18.08] হ’ব নে পূৰণ ?

[00:19.94] আকাশতে থকাজনে

[00:22.87] লিখে কপালৰ লিখন

[00:24.72] জীৱনৰে ছবি আঁকি

[00:29.24] কোনে সজাই দিব ?

[01:03.50] আকাশতে থকাজনে

[01:06.42] লিখে কপালৰ লিখন |

[01:14.13] জীৱন বীণাৰ আনন্দেৰে

[01:22.90] যদি খোজা বজাব

[01:29.03] হাঁহি হাঁহি বিধিৰ লিপি

[01:32.22] মানিলেই হ’ব|

[01:38.33] দুখত যদি হাঁহি থাকা

[01:42.58] মচি তোমাৰ নয়ন,

[01:52.94] আকাশতে থকাজনে

[01:58.25] লিখে কপালৰ লিখন |

[02:01.48] জীৱনৰ আন এটি নাম

[02:27.24] পদুম পাতৰ পানী,

[02:29.63] প্ৰভাতে যে কাল সন্ধিয়াৰ

[02:39.46] নেজানে আঁচনি, আঁচনি |

[02:42.91] কোনে জানে কাহানি হয়

[02:52.76] উশাহৰ মৰণ,

[02:57.03] আকাশতে থকাজনে

[03:02.61] লিখে কপালৰ লিখন |

[03:08.21] আকাশতে থকাজনে

[03:18.03] লিখে কপালৰ লিখন |

[03:28.13] কোনে জানে তোমাৰ সপোন

[00:00.00] হ’ব নে পূৰণ ?

[00:00.00] আকাশতে থকাজনে

[00:00.00] লিখে কপালৰ লিখন ||