Upohar(AxomWap.com)
[00:19.80] বুকুৰে মাজতে তুমি মন মোৰ
[00:24.30] দিঠকত তুমি বহু দূৰ
[00:29.09] নিজৰাৰ দৰে তুমি আছা বৈ
[00:33.92] সিৰে সিৰে মোৰ ৰক্ত হৈ
[00:38.73] একা বেঁকা জীৱন পথত
[00:43.52] সান্তনা তুমি মনৰ
[00:48.59] ৰ'দালি আহে ডাৱৰ ফালি
[00:53.10] বৰষাৰ শেষত সেয়া তুমি নেকি?
[00:58.15] তুমি মোৰ সেই কাহিনী
[01:02.92] আনে ফুৰে যি বিচাৰি
[01:07.98] দুচকু মেলি দুই ওঁঠৰে হাঁহিটি
[01:17.54] চাওঁ থমকি সকলো পাহৰি
[01:26.83] স্মৃতি প্ৰতাপী সমলয় অনুভূতিৰ
[01:36.67] মানুহে ইয়াকেই প্ৰেম বোলে নেকি?
[01:46.23] কাষতে তোমাৰ ৰ'ম ছাঁয়া হৈ
[01:51.01] পৰিব নিদিওঁ ভাঙি
[01:55.52] সময়ৰ পাতত ল'বা লিখি
[02:00.62] মোৰ এই মৰম তোমাৰ বুলি
[02:05.13] তুমি যেন উপহাৰ এটি
[02:28.08] সুবাসে তোমাৰ সাৱটি যায়
[02:32.85] অনুৰাগৰ দুবাহু জো্ৰাই
[02:40.32] খোজতে তোমাৰ চুলি নাচি যায়
[02:44.84] নাচোনে আহি ৰিঙিয়াই
[02:49.65] কাষে কাষে খোজ মিলাই
[02:54.18] হৃদয় নাচি, নাচি নাচি যায়
[02:59.26] আজি যতে থাকোঁ জীয়াই
[03:03.99] মৰো তোমাতে সদায়
[03:09.07] শীতল দুই ওঁঠৰ স্মৃতি সোঁৱৰাই
[03:18.65] পৰশৰ পিয়াসী হুমুনিয়াহে কৈ যায়
[03:27.67] "পূৰ্ণতাৰে আৱৰাৰ দৰে তুমিও যে মোক
[03:42.55] কিমান ভাল পোৱা"
[04:25.87] দুচকুতে দুচকু থলে
[04:30.38] লাজে চকু ঢাকি যায়
[04:35.43] কেতিয়াবা তোমাক কন্দুৱাও যদি
[04:39.98] ক্ষমা কৰি দিবা তুমি
[04:44.75] তুমি যেন উপহাৰ এটি
