Anubhabi_Hiya_-_Karan_Das
[00:16.35] অনুভৱী হিয়াত তোমাৰেই শিহৰণ
[00:20.34] জোনাকী সন্ধিয়াৰ সেমেকা এই মন
[00:24.06] উজাগৰি নিশাত তোমাৰে আগমন
[00:27.76] জোনাকী আকাশত উমলে এই মন
[00:48.43] অনুভৱী হিয়াত তোমাৰেই শিহৰণ
[00:52.10] জোনাকী সন্ধিয়াৰ সেমেকা এই মন
[00:56.61] উজাগৰি নিশাত তোমাৰে আগমন
[01:00.33] জোনাকী আকাশত উমলে এই মন
[01:04.84] শৰতৰ প্ৰতিটো সন্ধিয়াত
[01:09.36] তোমাৰেই নাচোন
[01:12.55] তোমাৰ হাঁহিতেই জীপাল
[01:16.80] এহেজাৰ সপোন
[01:21.27] তুমি শৰতৰ অচিনাকী সুৰ
[01:28.44] বিয়পি যাই বহু দূৰ সুদূৰ
[01:41.19] তোমাৰেই নাচোন
[01:48.63] এহেজাৰ সপোন
[01:57.13] তোমাৰেই নাচোন
[02:05.04] এহেজাৰ সপোন
[02:24.70] দশোদিশে বিয়পি উভতিবা
[02:28.12] হিয়াতে থিতাপি ল'বলৈ
[02:32.11] শুনাচোন ৰোৱা কিছু সময়
[02:36.10] আছে বহু কথা ক'বলৈ
[02:40.35] কিছু কথা প্ৰেমৰ ভাষাৰ
[02:44.33] সাঁচি থোৱা বহু আগৰেই পৰা
[02:48.58] অনুমতি হ'লে তোমাৰ
[02:52.83] উতি যাবো মোৰ মনৰে পৰা
[02:56.81] শৰতৰ প্ৰতিটো সন্ধিয়াত
[03:01.86] তোমাৰেই নাচোন
[03:04.78] তোমাৰ হাঁহিতেই জীপাল
[03:08.50] এহেজাৰ সপোন
[03:12.48] অনুভৱী হিয়াত তোমাৰেই শিহৰণ
[03:16.20] জোনাকী সন্ধিয়াৰ সেমেকা এই মন
[03:20.43] উজাগৰি নিশাত তোমাৰে আগমন
[03:24.37] জোনাকী আকাশত উমলে এই মন
