Biya_-_Achurjya_Borpatra_x_KLANZ
[00:32.13] এ-এই, তই জান নে নাজান- ক!
[00:36.91] এ-এই, তই মোৰে হয় সঁচাকে' ন!
[00:41.68] এ-এই, মোৰ বলিয়া ফাগুনো হ
[00:46.36] এ-এই, মোৰ কলিজাতে ৰঙা চিলা হৈ ৰ
[00:51.67] নাচাবি, নাচাবি আনলে' নক'বি, নক'বি আনকে নিদিবি, নিদিবি মনে-মনে-মনে কৈ
[01:00.97] আম-ডালি গাঁথিব, ৰভা-তলী ভৰিব আয়তীয়ে মোকে দেখি একেলগে জুৰিব
[01:10.53] ৰামচন্দ্ৰ আহিছে, ৰভা-তলত বহিছে তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে ৰামচন্দ্ৰ আহিছে,
[01:22.43] ৰভা-তলত বহিছে তাকে দেখি কইনা-ঘৰত উলাহৰ ঢৌ উঠিছে
[02:07.76] অ' মন, পানী তুলিবলৈ,
[02:11.29] অ' মন, ওলাইছে আয়তী হৰি মোৰ,
[02:17.07] ঐ, হাততে কলচী লৈ
[02:21.06] অ' মন, চকুতে চকু থৈ,
[02:24.48] অ' মন, নাচাবি এনেকৈ হৰি মোৰ,
[02:30.55] ঐ, নোৱাৰিম থাকিবলৈ
[02:34.73] নাচাবি, নাচাবি আনলে'
[02:37.02] নক'বি, নক'বি আনকে নিদিবি, নিদিবি মনে-মনে-মনে কৈ
[02:44.36] আম-ডালি গাঁথিব, ৰভা-তলী ভৰিব আয়তীয়ে মোকে দেখি একেলগে জুৰিব
[02:53.83] ৰামচন্দ্ৰ আহিছে, ৰভা-তলত বহিছে তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে ৰামচন্দ্ৰ আহিছে,
[03:06.01] ৰভা-তলত বহিছে তাকে দেখি কইনা-ঘৰত উলাহৰ ঢৌ উঠিছে
