[00:04.12] XoMusic...
[00:49.71] প্ৰতিদিনে তুমি আহি দিয়া এপাহি ফুল
[00:57.68] অ’ জীৱন তুমি ৰহণীয়া ৰঙৰে বোল
[01:05.92] প্ৰতিদিনে তুমি আহি দিয়া এপাহি ফুল
[01:13.88] অ’ জীৱন তুমি ৰহণীয়া ৰঙৰে বোল
[01:21.58] এপাহি হাঁহিয়ে এপাহি দুখ
[01:29.82] তাৰেই সজাই তোৰো মুখ
[01:37.80] প্ৰতিদিনে তুমি আহি দিয়া এপাহি ফুল
[01:45.76] অ’ জীৱন তুমি ৰহণীয়া ৰঙৰে বোল ।
[01:52.87] XoMusic...
[02:18.02] আকাশে গাতে ল’বৰে মন
[02:22.30] সাগৰ তলিত শুবৰে মন
[02:26.01] মনৰ চিলা উৰুৱাই জীৱনে
[02:32.90] অ’ আকাশে গাতে ল’বৰে মন
[02:37.95] সাগৰ তলিত শুবৰে মন
[02:41.93] মনৰ চিলা উৰুৱাই জীৱনে
[02:50.20] সোণালী হৈ থাকক
[02:54.17] তোমাৰে মোৰে সময়
[02:58.15] বুকুৱে বুকুৱে ৰৈ যায়
[03:03.05] যেন মধুময় ।
[03:07.57] XoMusic...
[04:07.96] হৃদয় কঁপোৱা গান এটি
[04:11.95] পোৱা নোপোৱাৰ সুৰ এটি
[04:16.20] তাতেই হেৰাই ছন্দ মোৰ হয়তো বা
[04:22.83] অ’ হৃদয় কঁপোৱা গান এটি
[04:27.88] পোৱা নোপোৱাৰ সুৰ এটি
[04:32.13] তাতেই হেৰাই ছন্দ মোৰ হয়তো বা
[04:39.83] তথাপি সপোনৰ
[04:44.09] সপোনৰে দিঠকত
[04:48.08] তোমাক আদৰোঁ
[04:52.05] সেন্দুৰীয়া বাটত ।
[04:57.68] XoMusic...
