Lrc Player
Gaane-Ki-Aane
Unknown artist
[05:34.02]·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.
[01:03.89] গানে কি আনে কি সানে
[01:12.65] সুৰৰ সোপানে সোপানে
[01:18.43] গানে কি আনে সুৰৰ সোপানে সোপানে
[01:30.29] গানে কি সানে ডাৱৰৰ কাণে কাণে
[01:41.43] ৰামধেনুৰ শিতানে শিতানে ।।
[01:51.06] সুৰৰ সোপানে সোপানে
[02:20.67] সৌ আকাশৰ ঢৌ তোলা
[02:29.17] জোনাকৰ Baane
[02:35.13] সৌ পথাৰৰ থোৰ মেলা
[02:44.00] কুমলীয়া ধানে
[02:49.42] Janu জানে?
[02:55.31] Janu জানে?
[03:02.11] গানে কি আনে কি সানে
[03:10.63] সুৰৰ সোপানে সোপানে ।
[03:51.98] গানে শাওনৰ আকাশৰ দৰে কান্দে
[04:03.44] গানে ৰূপহী বিজুলীৰ চমকেৰে হাঁহে ।
[04:12.79] গানে শাওনৰ আকাশৰ দৰে কান্দে
[04:24.51] গানে ৰূপহী বিজুলীৰ চমকেৰে হাঁহে ।
[04:33.57] গানে কি আনে কি সানে
[04:42.25] সুৰৰ সোপানে সোপানে
[04:47.23] ৰামধেনুৰ শিতানে শিতানে ।।
