Janu Janu - Zubeen Garg, Parineeta Borthakur
[00:02.05] Dusyn Music
[00:04.18] ♫
[00:31.25] সপোনে এতিয়া জানা
[00:35.78] ফুলবলে শিকিলে তোমাৰে যে বুকুতে
[00:43.21] জীৱনে এতিয়া জানা
[00:46.94] হাঁহিবলে শিকিলে তোমাৰেযে ওঠতে
[00:52.78] ♫
[00:54.63] সয়নে সপোনে তোমাতে উমলো
[01:02.33] জীৱনে মৰণে তোমাকে সামৰোঁ
[01:10.05] প্ৰিতিৰে এনাজৰীৰে তোমাকে বান্ধো
[01:16.69] ♫
[01:17.47] জানো জানো ময়ো জানো
[01:21.47] তোমাৰে হিয়া ময়ো চিনো
[01:25.45] হিয়াৰ কথা ময়ো শুনো
[01:29.43] চকুত মায়া ময়ো সানো
[01:32.89] ♫
[01:50.19] ফাগুনৰ পচোৱা প্ৰনতে
[01:54.18] মৰমৰ বাগিছাৰ প্ৰনতে
[01:58.16] উমলিম দুয়োয়ে ইয়াতে
[02:05.32] ♫
[02:05.86] নুবুজা আশা আজি চকুতে
[02:09.83] নুকোৱা কথা আজি ওঠতে
[02:13.82] ভাৰনত শুহুৰীয়াই মৰমে
[02:18.60] ♫
[02:21.26] সয়নে সপোনে তোমাতেই উমলো
[02:28.96] জীয়নে মৰনে তোমাকে সামৰোঁ
[02:36.93] প্ৰিতিৰে এনাজৰীৰে তোমাকে বান্ধো
[02:43.57] ♫
[02:44.37] জানো জানো ময়ো জানো
[02:48.09] তোমাৰে হিয়া ময়ো চিনো
[02:51.80] হিয়াৰ কথা ময়ো শুনো
[02:55.80] চকুত মায়া ময়ো সানো
[03:00.85] ♫
[03:28.72] অসীমত হেৰালে আজি আশা
[03:32.47] মৰমত হেৰালে আজি ভাষা
[03:36.44] লুপ্ত তোমাৰে যে বুকুতে
[03:43.35] ♫
[03:44.15] প্ৰতিপল বাঢ়ি যায় মাথো তৃখৰে
[03:48.15] নাজানো এইয়া দিন নে নিশা
[03:52.13] তোমাতে অনুভৱ মোৰ হেৰালে
[03:57.18] ♫
[03:59.30] সয়নে সপোনে তোমাতে উমলো
[04:07.27] জীৱনে মৰণে তোমাকে সামৰোঁ
[04:14.98] প্ৰিতিৰে এনাজৰীৰে তোমাকে বান্ধো
[04:22.95] ♫
