Lrc Player

DURONI DURONI

Unknown artist
[04:37.25]·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:07.61] দূৰণি দূৰণি

[00:13.11] Singer-জুবিন গাৰ্গ

[00:18.86] দুৰণি দূৰণি

[00:23.36] নেদেখা দূৰণি

[00:33.61] আছা জানো তুমি মৰমী

[00:43.86] নেজানো নুবুজোঁ

[00:47.36] কিয় যে বিচাৰোঁ কাষতে...

[01:32.86] মনৰ শিতানত তোমাৰে ছবি

[01:40.11] বাৰে বাৰে মই পালোঁ বিচাৰি

[01:47.36] গোপনে তুমি ৰ'লাহি অাজি

[01:54.61] প্ৰেৰণাৰে ফূল বুকুতে আহি

[02:01.86] চিনাকী বাঁহী সুৰো চিনাকী

[02:08.61] নিৰৱে বাজে হিয়া পৰশি...

[02:15.11] নেজানো নুবুজোঁ

[02:18.86] কিয় যে বিচাৰোঁ

[02:29.11] কাষতে....

[03:03.36] অকলশৰীয়া বুকুৰ বাতৰি

[03:10.11] নিজানতে মই ললো সাৱটি

[03:17.11] তুমি জ্বলোৱা আশাৰ চাকিটি

[03:24.62] ধুমুহাতো মই ৰাখিছোঁ জালি

[03:31.36] চিনাকী বাঁহী

[03:35.12] সুৰো চিনাকী

[03:38.37] নিৰৱে বাজে

[03:42.11] হিয়া পৰশি..

[03:44.62] নেজানো নুবুজোঁ

[03:48.61] কিয় যে বিচাৰোঁ

[03:58.85] কাষতে ...

[04:03.36] দূৰণি দূৰণি

[04:06.86] নেদেখা দূৰণি

[04:17.36] আছা জানো তুমি মৰমী

[04:25.61] নেজানো নুবুজোঁ

[04:30.86] কিয় যে বিচাৰোঁ...