017 Koliya Meghe
[00:39.45] কলীয়া মেঘে ঢাকিছে ঐ
[00:45.48] ধুনীয়া জোনৰ মুখনি ঐ
[00:50.20] অভিমানী মন গুচাবলৈ
[00:55.72] কি জানো কৰোঁ ক'নানে ঐ
[01:00.46] আলেঙে আলেঙে নিবিছাৰো
[01:05.45] অনবৰত প্ৰীতিৰে ধৰোঁ
[01:11.45] আলেঙে আলেঙে নিবিছাৰো
[01:15.70] অনবৰত প্ৰীতিৰে ধৰোঁ
[01:20.50] কলীয়া মেঘে ঢাকিছে ঐ
[01:26.21] ধুনীয়া জোনৰ মুখনি ঐ
[02:00.71] হিয়াঁৰে ভৰালত
[02:06.46] মৰম শালি ধান
[02:10.94] ডুলিয়ে ডুলিকৈ
[02:16.20] লৈয়ে যাবা জান
[02:20.95] আকুলতা দিয়াহি মোক
[02:26.20] এশাৰী মাতে
[02:30.45] ঐ মোলৈ নোচোৱানে
[02:36.69] কলীয়া মেঘে ঢাকিছে ঐ
[02:41.95] ধুনীয়া জোনৰ মুখনি ঐ
[03:15.96] কাষত ৰ'লেও আজি
[03:21.71] দূৰে দূৰে যেন পাওঁ
[03:26.96] ভুল ক'ত কি বাৰু
[03:32.20] বিচাৰি নাপাওঁ
[03:37.20] ভালপোৱা বোৰে কয়
[03:42.46] মই তোমাৰে
[03:46.48] ঐ জনমে জনমে
[03:52.47] কলীয়া মেঘে ঢাকিছে ঐ
[03:57.70] ধুনীয়া জোনৰ মুখনি ঐ
[04:02.70] অভিমানী মন গুচাবলৈ
[04:07.96] কি জানো কৰোঁ ক'নানে ঐ
[04:13.22] আলেঙে আলেঙে নিবিছাৰো
[04:17.94] অনবৰত প্ৰীতিৰে ধৰোঁ
[04:22.95] আলেঙে আলেঙে নিবিছাৰো
[04:28.45] অনবৰত প্ৰীতিৰে ধৰোঁ
[04:32.98] কলীয়া মেঘে ঢাকিছে ঐ
[04:38.20] ধুনীয়া জোনৰ মুখনি ঐ
[04:43.00] কলীয়া মেঘে ঢাকিছে ঐ
[04:48.70] ধুনীয়া জোনৰ মুখনি ঐ
[04:53.71] কলীয়া মেঘে ঢাকিছে ঐ
[04:58.70] ধুনীয়া জোনৰ মুখনি ঐ
