Lrc Player

Aahe Ba Nahe.DAT

Unknown artist
[04:17.83]·Synced by Guest·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:23.32] আহে বা নাহে ঘুমতি

[00:25.80] আহিবা ৰাতি সপোনকে লৈ

[00:30.82] সপোনকে লৈ

[00:33.31] থাকে বা নাথাকে শাওণৰে ধল তুমি মৰমৰে নৈ

[00:40.07] মৰমৰে নৈ

[00:43.05] দুপাখি মেলি সমীৰে আহি

[00:48.58] দিয়ে বা নিদিয়ে ফাগুনৰে খবৰ

[00:52.82] তুমি ৰোৱা যেন মোলৈ

[00:53.12] আহে বা নাহে ঘুমতি

[01:01.61] আহিবা ৰাতি সপোনকে লৈ

[01:06.31] সপোনকে লৈ

[01:39.07] চুৱে বা নুচুৱে নিয়ৰে

[01:44.05] শেৱালি পাহিতি শৰতে শৰতে

[01:49.32] চুৱে বা নুচুৱে নিয়ৰে

[01:54.07] শেৱালি পাহিতি শৰতে শৰতে

[01:59.05] নাচে বা নানাচে জোনাকি হৈ

[02:04.29] তুমি সোণ নাচিবা মোৰে হিয়াতে ৰৈ

[02:09.32] আহে বা নাহে ঘুমতি

[02:13.81] আহিবা ৰাতি সপোনকে লৈ

[02:15.55] সপোনকে লৈ

[02:39.04] জোৰে বা নোজোৰে বান্ধি লও

[02:44.83] কিনো মৰমৰে এনাজৰিকে পাও

[02:50.08] জোৰে বা নোজোৰে বান্ধি লও

[02:55.07] কিনো মৰমৰে এনাজৰিকে পাও

[03:00.06] বহে বা নবহে ফুলতে গৈ

[03:05.33] ৰঙিলি পখিলি তুমি ৰঙৰে চৈ

[03:10.08] আহে বা নাহে ঘুমতি

[03:13.05] আহিবা ৰাতি সপোনকে লৈ

[03:15.54] সপোনকে লৈ