Anuradha(TajMp3.Com)
[00:13.28] যুগে যুগে
[00:17.50] প্ৰতি খোজে
[00:19.99] তোমাতেই মই হ'ম বিলীন
[00:23.75] এন্ধাৰৰে চুকে চুকে
[00:27.26] আছো মই তোমাতেই লীন
[00:31.25] অনুৰাধা অনুৰাধা
[00:37.00] অনুৰাধা অনুৰাধা
[00:48.00] সময়ৰে খাজে খাজে
[00:51.99] বৈ আহে ৰাতি দিন
[00:55.77] হৃদয়ৰে সীমনাতে
[00:59.50] অশ্ৰু নিগৰা বীণ
[01:03.26] অনুৰাধা অনুৰাধা
[01:08.49] অনুৰাধা অনুৰাধা
[01:18.50] চকুয়েদি বৈ আহে
[01:23.79] নিদ্ৰাহিন কবিতা
[01:28.02] এন্ধাৰতো জ্বলি মৰে
[01:31.75] নজলোৱা শলিতা
[01:35.49] সপোনৰো শেষ আছে
[01:39.50] শেষ নহয় হতাশা
[01:43.25] জ্বলি জ্বলি জ্বলে মাথো
[01:48.03] হেৰুৱালো ওঠৰ ভাষা
[01:50.98] অনুৰাধা অনুৰাধা অনুৰাধা অনুৰাধা
[02:06.75] চকুৰে নৈ বৈ বৈ
[02:11.75] বৈ আহে নিৰৱতা
[02:15.49] সুখে দুখে জীৱনে
[02:19.76] দি যায় নীৰ ব্যাকুলতা
[02:23.75] জীৱনৰো শেষ আছে
[02:27.79] শেষ নহয় জিজ্ঞাসা
[02:32.50] মৃত্যুয়ে চুমা যাচে
[02:36.01] চুমাতেই যেন প্ৰত্যক্ষা
[02:39.04] অনুৰাধা অনুৰাধা
[02:45.51] অনুৰাধা অনুৰাধা
[02:55.26] কবিতাৰে কাহিনী
[03:00.00] শেষ হ'ও হ'ও অনুৰাধা
[03:03.76] কবিতাৰে কাহিনী
[03:07.25] শেষ নহয় অনুৰাধা
[03:11.50] কবিতাৰো শেষ আছে
[03:15.53] শেষ নহয় স্তব্ধতা
[03:19.25] শব্দবোৰ লেখি লেখি
[03:23.74] চুব খোজে মৌনতা
[03:27.24] অনুৰাধা অনুৰাধা
[03:33.01] অনুৰাধা অনুৰাধা
[03:41.00] অনুৰাধা অনুৰাধা
