Bauli Mur Priya - Angarag Papon Mahanta-(MirchiAssam.Com)
[00:32.54] জোনাকী জোনাকী বাটেৰে, চিনাকী চিনাকী খোজেৰে।
[00:39.25] জোনাকী জোনাকী বাটেৰে, চিনাকী চিনাকী খোজেৰে।
[00:44.77] তুমি নামি আহা মোৰ আকাশলে, সপোন সিচি দিয়া।
[00:50.28] তুমি বিন মোৰ দিন লাগে অৰ্থবিহীন, তুমি জানো বুজা?
[00:56.05] বাউলি... মোৰে প্ৰিয়া।
[01:07.53] বুকুতে মোৰ, জুমি ৰোৱা
[01:12.51] বাউলি... মোৰে প্ৰিয়া।
[01:51.30] কি বুলি কম, তাকে ভাবি নোকোৱাকে ৰ'ম।
[01:58.02] মৌন ভৰি ৰ'ম, বাৰে বাৰে সামৰি থম।
[02:05.03] বলিয়া মৰমে কিয় নুবুজে, শিকলি ছিঙি যায়?
[02:08.80] গাৱেঁ গাৱেঁ বাগৰিছে আমাৰ প্ৰেমৰ কথা,
[02:14.79] তোমাক হে ক'ব পৰা নাই, সেয়ে বুকুত বেথা।
[02:21.03] তুমি নামি আহা মোৰ আকাশলে, সপোন সিচি দিয়া।
[02:25.80] তুমি বিন মোৰ দিন লাগে অৰ্থবিহীন, তুমি জানো বুজা?
[02:32.04] বাউলি... মোৰে প্ৰিয়া।
[02:43.02] বুকুতে মোৰ, তুমি ৰোৱা
[02:49.01] অ' বাউলি... মোৰে প্ৰিয়া।
[03:27.75] এটি সপোন, তুমি হ'বা মোৰে আপোন।
[03:33.52] তোমাৰ বাদে, হিয়াতে থাকিবনো কোন?
[03:39.77] সপোনৰ গাড়ীখন চেকুঁৰে প্ৰতিখন, মৰমৰে বাটত।
[03:43.29] গাৱেঁ গাৱেঁ বাগৰিছে আমাৰ প্ৰেমৰ কথা,
[03:51.00] তোমাক হে ক'ব পৰা নাই, সেয়ে বুকুত বেথা।
[03:56.76] তুমি নামি আহা মোৰ আকাশলে, সপোন সিচি দিয়া।
[04:02.78] তুমি বিন মোৰ দিন লাগে অৰ্থবিহীন, তুমি জানো বুজা?
[04:07.99] বাউলি... মোৰে প্ৰিয়া।
[04:19.75] বুকুতে মোৰ তুমি ৰোৱা
[04:25.27] অ' বাউলি... মোৰে প্ৰিয়া।
