Panchana_320(AxomWap.com)
[00:23.50] পাঞ্চুনা ডালায়
[00:29.72] মান্দাৰেনা ডালায়
[00:34.48] ওকাই ডালায় পাকেয়ান
[00:38.74] দূগ দূগুৰ দূগ দূগুৰ
[00:41.73] ক্ৰিঙেতা তুখুৰচে গচা অ অ মান্দায়
[00:50.25] পাঞ্চুনা ডালায়
[00:56.50] মান্দাৰেনা ডালায়
[01:02.22] ওকাই ডালায় পাকেয়ান
[01:05.52] দূগ দূগুৰ দূগ দূগুৰ
[01:08.74] ক্ৰিঙেতা তুখুৰচে গচা অ অ মান্দায়
[01:17.50] কলিজাৰ কাৰেঙ ভাঙি
[01:22.72] সপোনৰ সমাধি পাতি
[01:28.99] যাতনাৰ খৰাং খিচি
[01:34.98] পৰানৰ কবিতা ফালি
[01:41.00] উৰুঙা হাহাকাৰে মোক জোকাই
[01:46.98] কলেহি তুমি নাই কতো নাই
[01:52.99] পাঞ্চুনাৰ দোলা
[01:59.22] দূগ দূগুৰ দূগ দূগুৰ
[02:02.74] সবদে দূৰলৈ যায়
[02:38.75] পবালি আঙুলিৰ পাহিতে
[02:44.00] সোণালী আঙুঠিৰ হাঁহিয়ে
[02:49.99] নাসাজিলে ঘৰ সুখৰ
[02:55.22] সোৱৰি অতীতৰ বাঁহীয়ে
[03:01.74] বিচাৰি লৰালিৰ প্ৰিতিৰে
[03:07.99] পাহৰিলে সুৰ নিজৰ
[03:14.01] গুমুঠা গুমুঠা আকাশে বুকুতে জিৰাই
[03:22.99] উৰুঙা উৰুঙা উশাহে নিজকে জ্বলাই
[03:31.74] পাঞ্চুনাৰ দোলা
[03:38.73] গৰকি মোহাৰি যায়
[04:13.99] অসময় সময়ৰ পলকে
[04:20.01] কলেহি নিয়তিৰ কাণতে
[04:25.76] নিজানো নিজৰ নহয়
[04:31.98] সপোনৰ সমাধিৰ এঙাৰে
[04:37.74] কলেহি পোহৰৰ কাণতে
[04:43.22] এন্ধাৰো নিজৰ নহয়
[04:49.74] ধুমুহাৰ কুকুহা বতাহত উৱলি গ'ল
[04:59.02] মৰমৰ মালিতা বুকুতে মলঙি গ'ল
[05:07.50] পাঞ্চুনাৰ দোলা
[05:14.54] গুলুঙৰ আমথু গৰকি মোহাৰি যায়
[05:23.53] দুগ দুগুৰ দুগ দুগুৰ
[05:26.49] সবদে দূৰলৈ দূৰ দূৰলৈ যায়
[05:35.49] পাঞ্চুনাৰ দোলাত
[05:42.00] তুমি নাই ময়ো নাই
[05:44.24] নাই নাই আজি কোনো নাই
[00:00.00] KMAL R.
