Lrc Player

Priti Bhora_320(AxomWap.com) (1)

Unknown artist
[04:53.56]·Synced by Guest·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:15.48] প্ৰীতি ভৰা

[00:18.46] কবিতাৰে শিৰোনামা তুমি

[00:24.97] আলখুৱা আদৰৰো পৰিসীমা তুমি

[00:33.47] মধুভৰা আবেশে উতলা কৰে মন

[00:42.97] তুমি হাহিৰে সানিলা

[00:47.26] তাতেনো ৰামধেনুৰ ৰং

[00:51.21] প্ৰীতি ভৰা

[00:53.97] কবিতাৰে শিৰোনামা তুমি

[01:00.48] আলখুৱা আদৰৰো পৰিসীমা তুমি

[01:27.73] তুমি কপাহী কুঁৱলী ফালি

[01:32.73] ৰদালাহি মোৰ মন

[01:37.22] তুমি ৰূপালী জোনালি ৰাতি

[01:41.48] খজালাহি যৌৱন

[01:50.22] তুমি কপাহী কুঁৱলী ফালি

[01:54.98] ৰদালাহি মোৰ মন

[01:58.98] তুমি ৰূপালী জোনালি ৰাতি

[02:03.26] খজালাহি যৌৱন

[02:07.74] অমিয়া সুৰৰ পৰশেৰে

[02:11.97] যুুৰিয়া প্ৰাণৰ সপোনতে

[02:16.22] সানি দিলা সুৰভি

[02:20.74] প্ৰীতি ভৰা

[02:23.50] কবিতাৰে শিৰোনামা তুমি

[02:29.97] আলখুৱা আদৰৰো পৰিসীমা তুমি

[02:55.25] বহু আওঁখি বৰণী কৰি

[03:00.72] খজালাহী জীৱন

[03:05.97] সোঁৱৰণী ৰে ইলিজী মচি

[03:08.74] কৰিলাহী উন্মণ

[03:16.24] বহু আওঁখি বৰণী কৰি

[03:22.72] খজালাহী জীৱন

[03:26.48] সোঁৱৰণী ৰে ইলিজী মচি

[03:30.97] কৰিলাহী উন্মন

[03:34.73] দক্ষিণা দেশৰ বতাহেৰে

[03:39.22] উপমা সুখৰ শৰীৰতে

[03:43.97] সানি দিলা হেঙুলী

[03:47.98] প্ৰীতি ভৰা

[03:51.20] কবিতাৰে শিৰোনামা তুমি

[03:56.98] আলখুৱা আদৰৰো পৰিসীমা তুমি

[04:06.01] মধুভৰা আবেশে উতলা কৰে মন

[04:14.48] তুমি হাহিৰে সানিলা

[04:19.98] তাতেনো ৰামধেনুৰ ৰং

[04:23.24] প্ৰীতি ভৰা

[04:25.98] কবিতাৰে শিৰোনামা তুমি

[00:00.00] KMAL R.