Onkita
[00:29.36] উকা দুচকুৰে আছুতীয়া বাটেৰে
[00:36.11] শুকুলা এজাক দাৱৰ নামে মই চমকো
[00:43.11] কপাহী চাদৰৰ সেমেকা আচলখনে
[00:49.61] মাতে আওঁখি টো জোনাককে মই চমকো
[00:57.36] ঊষাহৰে গহনা তোমাৰে ছবিতে আবিৰ সানো
[01:03.86] প্ৰানতে তুমি অংকিতা দুচকুত তোমাক আঁকো
[01:11.12] ঊষাহৰে গহনা তোমাৰে ছবিতে আবিৰ সানো
[01:17.62] প্ৰানতে তুমি অংকিতা দুচকুত তোমাক আঁকো
[01:24.11] তুমি দিলা দিলা দিলা ঠিকনা
[01:30.61] অ'হ' জিয়া জিয়া জিয়া বাসনা
[01:37.86] মোৰ হেঙুলিয়া মনে তোমাতে
[01:44.36] পাৰে সেউজীয়া প্ৰেমৰ বতৰা
[02:17.86] দিলা দিলা দিলা ঠিকনা
[02:49.86] দূৰণিৰে আকাশৰে জিলিকা তৰা
[02:56.36] কাষৰতে আহি ৰ'লে হি মই চমকো
[03:03.36] পৰসৰ উমতেই কিজানো মায়া সনা
[03:10.11] উকা ৰাতিতে ফুলে কেতেকী মই চমকো
[03:17.61] দুবাহুৰ প্ৰখাৰিলে সৃষ্টিৰ আকুল হেপাহ নামে
[03:24.36] উৰি যায় মন বল আকাশ তোমাৰে সপোন আঁকে
[03:31.36] তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে সুবাস সানা
[03:38.11] হিয়াৰে বসুন্ধৰা তোমাতেই মতলীয়া
[03:44.86] তুমি দিলা দিলা দিলা ঠিকনা
[03:51.39] অ'হ' জিয়া জিয়া জিয়া বাসনা
[03:58.63] মোৰ হেঙুলিয়া মনে তোমাতে
[04:05.37] পাৰে সেউজীয়া প্ৰেমৰ বতৰা
[04:38.61] দিলা দিলা দিলা ঠিকনা
