Lrc Player

Majuli

Nilutpal Bora
[04:31.23]·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:22.38] ৰিণিকি ৰিণিকি, ৰাঙলী বেলিটি

[00:28.88] জিলিকে মাজুলিতে ঐ..

[00:36.13] জেঠৰে জুৰুলা..শাওনে খহোৱা

[00:42.88] বুকুতে বনগীত হৈ.

[00:50.14] আইঐ দেহি সপোনৰ ৰাগী... দুচকুতে কিনো চতিয়ালি?

[01:04.14] জিকি মিকি ৰ'দালি...হাঁহিবিনে এইবেলি পথাৰতে সোণগুটি হৈ!!

[01:18.15] বাৰিষাৰে গধূলি থাকিবনে এইবেলি, নদীখনি

[01:26.65] মনে মনে শুই?

[02:00.13] ভাওনাৰে আখৰা নকৰিবা সেমেকা, বিলাপৰে

[02:08.63] চকুলো মচি লোৱা...লৃগাঙৰে ঢুলীয়া ভাগৰি নপৰিবা

[02:21.13] বাকী আছে বহু সাধু কথা

[02:28.14] ৰিবি গাচেং বৈ থ'বি ভনী

[02:35.13] আহি আছে ৰঙা বেলি আজি

[02:41.88] জিকি মিকি ৰ'দালি,উমলিব এইবেলি

[02:49.13] মাজুলীৰে মজিয়াতে ৰৈ..

[02:56.13] শিকি মিকি গধূলি উজলিব এইবেলি আইতাৰে আখলৰে জুইত

[03:10.13] ৰিণিকি ৰিণিকি, ৰাঙলী বেলিটি

[03:17.13] জিলিকে মাজুলিতে ঐ..

[03:23.88] জেঠৰে জুৰুলা..শাওনে খহোৱা

[03:31.13] বুকুতে বনগীত হৈ.

[03:38.13] ৰিণিকি ৰিণিকি, ৰাঙলী বেলিটি

[03:45.14] জিলিকে মাজুলিতে ঐ..